aglasem.com
Home Schools Admission Career Mock Test PDF Docs Playground
ClassChoose class
StateSelect state

MBOSE Class 12 Sample Question Paper 2026 Assamese

Get here MBOSE Class 12 Sample Question Paper 2026 for Assamese subject. Here at aglasem.com get all latest Meghalaya Board of School Education 12th class Model Papers. MBOSE Class 12 Assamese Sample Paper 2026 pdf is give below. More Detail
MBOSE Class 12 Sample Question Paper 2026 Assamese - Page 1 of 15

Finished viewing? Save it for later —

Download MBOSE Class 12 Sample Question Paper 2026 Assamese (PDF · 15 pages)
Downloaded 55 times

About MBOSE Class 12 Sample Question Paper 2026 Assamese

MBOSE Class 12 Sample Question Paper 2026 Assamese is available here for free download. Published by Meghalaya Board for Class 12, this sample paper can be viewed online or downloaded as a PDF (15 pages). Candidates preparing for Class 12 can use MBOSE Class 12 Sample Question Paper 2026 Assamese to understand the exam pattern, the type of questions asked, and the overall difficulty level.

Frequently Asked Questions

How can I download MBOSE Class 12 Sample Question Paper 2026 Assamese?

Open this page and click the Download button to save MBOSE Class 12 Sample Question Paper 2026 Assamese as a PDF. It is completely free on AglaSem Docs.

Is MBOSE Class 12 Sample Question Paper 2026 Assamese free to download?

Yes. MBOSE Class 12 Sample Question Paper 2026 Assamese can be viewed online and downloaded as a PDF free of cost on AglaSem Docs.

How many pages does MBOSE Class 12 Sample Question Paper 2026 Assamese have?

MBOSE Class 12 Sample Question Paper 2026 Assamese contains 15 pages, which you can read online or download together as a single PDF.

Where can I find more Class 12 study material?

You can find more Class 12 question papers, sample papers, syllabus, and answer keys on AglaSem Docs.

MBOSE Class 12 Sample Question Paper 2026 Assamese – Text

Read the full text of this sample paper below — useful to quickly search, copy and reference the content online without downloading the PDF.

📄 View text version (15 pages)

Page 1

Meghalaya Board of School Education

SAMPLE
PAPERS

Page 2

Assamese (MIL)
Class: XII
Full Marks: 80
The figures in the margin indicate full marks for the questions
Write all the answers in the Answer Scripts
(Part: A- Objective)
Marks: 35
Section-I Marks: 15

১। তলৰ েবাৰৰপৰা উ ৰেটা উ ৰ-বহীত িলখা।সকেলা বাধ তামূলক

1X15=15

ক) বাণীকা কাকিতৰ ছ নামেটা িক?

I) ভবান পাঠক II) বীণা ব ৱা

III) ভবান দ IV) ৰা া ব ৱা

খ) মহাকিব ডাে ৰ িকমান চনত জ হিছল?

I) ১২৫৬ চনত II) ১২৬৫ চনত

III) ১৪৬৫ চনত IV) ১৬৫৬ চনত

গ) ‘িডভাইন কেমডী’ খনৰ ৰচক কান ?

I) বাণীকা কাকিত II) ডাে

III) কািলদাস IV) চ ীদাস

ঘ) ‘অসম ব ৱ কিবৰ নাৰদ’ ব েটা কানখন ৰপৰা লাৱা হেছ?

I) প পু II) সািহত আ ম

III) ভ বাদ IV) সািহত িবদ া পিৰ মা

ঙ) ‘অসম ব ৱ কিবৰ নাৰদ’ ৱ েটাৰ লখক কান ?

Page 3

I) ভেব নাথ শইকীয়া II) বাণীকা কাকিত

III) উেপ নাথ গা ামী IV) তীথনাথ শমা

চ) বান ৰজাৰ জীয়ৰীৰ নাম িক?

I) িচ েলখা II) ণী

III) উষা IV) পািৰজাত

ছ) ভাষা আ সািহত খনৰ ৰচক কান ?

I) ভেব নাথ শইকীয়া II) বাণীকা কাকিত

III) উেপ নাথ গা ামী IV) তীথনাথ শমা

জ) ৰবী নাথ ঠাকুেৰ িকমান চনত ন’ বল বঁটা লাভ কিৰিছল ?

I) ১৮১২ II) ১৯১৩

III) ১৯১৮ IV) ১৯১৪

ঝ) ভেব নাথ শইকীয়াই কানখন ৰ বােব সািহত অকােডমী বঁটা লাভ কিৰিছল?

I) শ্ংখল II) অ ৰীপ

III) ৰম ভূ িম IV) াি ক

ঞ) তলৰ কানেটা বণেবাধ গ ৰ চিৰ নহয় ?

I) ৰমা II) উষা

III) জয় ী IV) গেজন

ট) কীতন ঘাষাৰ ৰচক কান ?

I) শংকৰেদৱ II) দােমাদৰেদৱ

III) মাধবেদৱ IV) হিৰেদৱ

ঠ) নাটঘৰ কিবতােটা কানখন কিবতা পুিথৰ পৰা লাৱা হেছ ?

Page 4

I) পৰশমিণ II) সেপানৰ সুৰ

III) অলকান া IV) সি য়াৰ সুৰ

ড) তলৰ কানখন পুিথ নৱকা ব ৱাই ৰচনা কৰা নহয় ?

I) অিচনা II) দলঙত তামীঘৰা

III) ৰ াকৰ IV) হ অৰণ হ মহানগৰ

ঢ) বুভ া শ েটাৰ অথ িক ?

I) আঠাযু II) ু ধা বা ভাজনৰ ই া

III) আকাং া IV) আে প

ণ) িচৰাজ গ েটাৰ গ কাৰ কান ?

I) ল ীধৰ শমা II) ফণী শমা

III) ল ীনাথ ফুকন IV) ভেব নাথ শইকীয়া

(Section-II Marks: 20)

২। তলৰ েবাৰৰ পানপট য়াৈক চমু উ ৰ িলখা। (িযেকােনা ১০ টা) 2x10= 20

ক) ডাে ৰ িমকাৰ নাম িক আিছল? ডাে িকমান বছৰ বয়সত ক’ত তওঁ ক থমবাৰৰ

বােব দখা পাইিছল?

খ) িচ েলখা কাৰ সখী আিছল? তওঁ িক িবদ াত পাগত আিছল ?

গ) উেপ নাথ গা ামীৰ িযেকােনা িতিনখন ৰ নাম িলখা।

ঘ) ভেব নাথ শইকীয়াৰ িযেকােনা িতিনখন উপন াসৰ নাম িলখা।

ঙ) ই দু ক’ৰ ৰজা আিছল? তওঁ কাৰ পৰম ভ আিছল?

চ) নিলনীবালা দৱীেয় িকমান চনত কানখন ৰ বােব প উপািধ লাভ কিৰিছল ?

Page 5

ছ) অমূল ব ৱাৰ একমা কিবতা পুিথখনৰ নাম িক ? পুিথখন িকমান চনত কােন কাশ

কিৰিছল ?

জ) উভিত নহাৰ কিবতােটা কানখন ৰপৰা লাৱা হেছ? পৃিথৱীৰ িত কিবৰ বাণী িক ?

ঝ) িচৰাজ নাটকৰ িতিনটা নাৰী চিৰ ৰ নাম িলখা।

ঞ) িচৰাজ গ েটা িকমান চনত কােন নাট প িদিছল?

ট) আেঘানাৰ দুটা চািৰ ক বিশ িলখা।

ঠ) িচৰাজ কান ণীৰ নাটক?’ িচৰাজৰ স ূণ নামেটা িক ?

(Part: B- Descriptive)
Marks: 20

৩। তলৰ িযেকােনা এটা ৰ উ ৰ িলখা। 7

ক) সািহত ত ক নাৰ িকমান, আেলাচনা কৰা।

খ) কিবৰ মনত মআ িব শ অিভ পদাথ – কথাষাৰ বহলাই আেলাচনা কৰা।

গ) বণেবাধ গ েটাৰ মােজেৰ কাশ পাৱা বণেবাধৰ তাৎপযৰ িবষেয় সৰল ভাষাত িবচাৰ কৰা।

৪। তলৰ িযেকােনা এটা ৰ উ ৰ িলখা। 7

ক) কুকুৰ কিবতােটাৰ মুলভাৱ িলখা।

খ) কান কাৰ জগতৰ কান কাৰ মৰমৰ চকুৰ িচনািক দুিদনৰ- কথাষাৰৰ মােজেৰ কিবৰ

কেন ভাৱ কাশ পাইেছ। পাঠ ৰ আধাৰ বহলাই িলখা।

গ) উভিত নহাৰ কিবতােটাৰ মােজেৰ পৃিথৱীৰ িত কিবৰ ভালেপাৱা িকদেৰ কাশ পাইেছ

আেলাচনা কৰা।

৫। তলৰ িযেকােনা এটা ৰ উ ৰ িলখা। 6

ক) নাটক কাক বােল? নাটকৰ িযেকােনা এটা উপাদানৰ িবষেয় চমুৈক িলখা।

খ) িচৰাজ নাটকৰ িচৰাজ চিৰ েটাৰ িবে ষণ কৰা।

Page 6

গ) িচৰাজ নাটকৰ মােজেৰ মানবতাৰ আদশ িকদেৰ কাশ পাইেছ , আেলাচনা কৰা।

(Part: C- Grammar, Composition and Essay)
Marks: 25

৬। এটা শ ত কাশ কৰা (িযেকােনা পাচঁ টাৰ) 1x5= 5

ক) খাবৈল অনা কলপুিল

খ) আনৰ ভাল দিখব নাৱাৰা

গ) িয পানীত জে

ঘ) গ ব া ঘৰ

ঙ) ধান থাৱা ঘৰ

চ) দুই মাহৰ মাজৰ িদন

৭। তলৰ িযেকােনা এেছাৱাৰ ভাৱ স সাৰণ কৰা 5

ক) হিৰণাৰ মাংসই বৰী ।

খ) ৰাইেজ নখ জাকািৰেল ন বয়।

গ) আেপান ভােলই জগত ভাল।

৮। কাৰক কাক বােল? কাৰক কই কাৰৰ আ িক িক? 5

অথবা

তলৰ িযেকােনা পাচঁ টা খ বাক ৰ অথপূণ বাক ৰচনা কৰা 1x5= 5

খাই পাত ফলা, হাত লৰ, আ কােণ প কােণ, বাপিত সােহান, ডলাৰ বগৰী, ধাদৰ পচলা,

৯। তলৰ িযেকােনা এটা িবষয়ৰ এখন ৰচনা িলখা 10

ক) তামাৰ এ ট মণ কািহনী

খ) সামা জক মাধ ম আ যুৱসমাজ

গ) তামাৰ জীৱনৰ ল

_______________________________

Page 7

Answer Keys
Assamese (MIL)
Class: XII
Full Marks: 80

১। ক) ভবান পাঠক খ) ১২৬৫ চনত গ) ডাে

ঘ) প পু ঙ) তীথনাথ শমা চ) উষা

ছ) উেপ নাথ গা ামী জ) ১৯১৩ ঝ) শৃংখল

ঞ) উষা ট) শংকৰেদৱ ঠ) সেপানৰ সুৰ

ড) অিচনা ঢ) ু ধা বা ভাজনৰ ই া ণ) ল ীধৰ শমা

২।

ক) ডাে ৰ িমকাৰ নাম িবেয় ছ। ডাে ই ন বছৰমান বয়সত নাগিৰক এজেন িদয়া

ভাজৈল যাওঁ েত ন বছৰত ভিৰ িদয়া িবেয় ছক দখা পাইিছল।

খ) িচ েলখা উষাৰ সখী আিছল। তওঁ িচ িবদ াত পাগত আিছল।

গ) ভাষা িব ান, ভাষা আ সািহত , অসমীয়া ভাষাৰ ব াকৰণ ইত ািদ।

ঘ) অ ৰীপ, ৰম ভূ িম, আতংকৰ শষত ইত ািদ।

ঙ) ই দু অৱ ীৰ ৰজা আিছল। তওঁ িব ু ৰ পৰম ভ আিছল।

চ) নিলনীবালা দৱীেয় ১৯৫৮ চনত ‘এিৰ অহা িদনেবাৰ’ নামৰ খনৰ বােব ‘প ’

উপািধ লাভ কিৰিছল।

ছ) অমূল ব ৱাৰ একমা কিবতা পুিথখনৰ নাম ‘অিচনা’। ১৯৬৪ চনত ন তালুকদােৰ

পুিথখন কাশ কিৰিছল।

Page 8

জ) উভিত নহাৰ কিবতােটা ‘দলঙত তামীঘৰা’ নামৰ খনৰপৰা লাৱা হেছ। পৃিথৱীৰ

িত কিবৰ বাণী হ’ল- কিবেয় পৃিথৱীক াণভিৰ ভাল পায় যিদও পৃিথৱীৈল উভিত নােহ।

ঝ) িচৰাজ নাটকৰ িতিনটা নাৰী চিৰ হল- সীতা, সািব ী আ ফােতমা।

ঞ) িচৰাজ গ েটা ১৯৬২ চনত নটসূয ফণী শমাই নাট প িদিছল।

ট) আেঘাণা স মানুহ যিদও দূৰদৃ স । আেঘানাৰ চিৰ ত বু ম াআ হাজা

দুেয়াটা ণ পাৱা যায়।

ঠ) িচৰাজ এখন সামা জক নাটক। ‘িচৰাজ’ৰ স ূণ নামেটা িচৰাজু ন হাজিৰকা।

৩। তলত িদয়া ৩ (ক) ে া ৰৰ নমুনাৰ আধাৰত ৩(খ) আ ৩(গ) ৰ উ ৰ িলিখব।

ক) সািহত ত ক নাৰ িকমান, আেলাচনা কৰা।

উ ৰ: সািহত ত ক নাৰ অপিৰসীম। ক না নােহাৱা ঠাই াথপূণ আ
ক নাশূণ তাই হল মৃত । ক না অিবহেন বস ৰ মলয়াত আমাৰ িহয়া নািচ নুেঠ। ইজেন

িসজনৰ িত দখুওৱা মৰেমা ক না সূত। মানু মাে ই ভাই-ভাই, ইও এটা কা িনক সত

আ সই সত েটা বািহ ক সত তৈক ব েণ আ বলবান। পৃিথৱীৰ ডাঙৰ ডাঙৰ

াি আ সং াৰেবাৰ থেম ক নাৰ কামল কালােতই িতপািলত হিছল। ক নাৰ
ৰহেণেৰ সািহত ৰ মােজেৰ পথৰ িভ াৰী এটাৰ িচ ও যিতয়া আমাৰ িচ পটত দা ঙ ধেৰ,

তিতয়া তাৰ িত আমাৰ সহানুভূিত জে আ সই দিৰ ৰ িশপা উভািল পলাবৈল আমাৰ

মন অধীৰ হ উেঠ।সািহিত কসকেল এই জগতখনৰ ব ৰ ওপৰত িভি কিৰেয়ই ক না

আ অনুভূিতৰ সহায়ত জগতৰ ব েবাৰক নতন প িদেয়। তওঁ েলাকৰ দৃ েৰ আিম
জগতখনক নতন পত দখা পাওঁ । সেয়েহ সািহত ত ক নাৰ যেথ মূল আেছ।

৪। (ক) আ (গ) ে া ৰৰ নমুনাৰ আধাৰত (খ) ৰ উ ৰ িলিখব।

ক) কুকুৰ কিবতােটাৰ মুলভাৱ িলখা।

Page 9

উ ৰ: অমুল ব ৱাৰ াৰা ৰিচত ‘কুকুৰʼ কিবতা ট এ ট তীক ধম কিবতা।

তীক ধম কিবতাত মূল অথেটা পােন পােন কািশত নহয়; সই অথেটা ব ত হয়।

সহজ ভাষাত তীক হʼল এেন এক প যʼত শ ই তাৰ অিভধািনক অথেটাৰ জিৰয়েত
ণগত স ক থকা আন এটা অথ কাশ কেৰ।

কিব অমূল ব ৱাই ণী বষম ৰ আধাৰত মানুহৰ জীৱনক কুকুৰৰ পত

অৱতাৰা কিৰেছ। সাধাৰণেত দুই ণীৰ কুকুৰ দখা যায়— এিবধ িন বংশ বা িন ণীৰ

আ আনিবধ উ বংশ বা উ ণীৰ। তেনদেৰ মনুহৰ সমাজেতা মূলতঃ দুটা ণী দখা
যায়। িন ণীেটাৰ জীৱনধাৰা ক সাধ আ সং ামশীল। ু ধা অথাৎ ভাকৰ সমস া এই

ণীৰ লাকৰ মূল সমস া।খাদ ৰ নামত অখাদ হণ কিৰবলগীয়া হয়। কৃতেত কােনা

িদশেত মূল নথকা ব ক মূল থকা বুিল হণ কিৰবৈল িবচােৰ। িন বংশ জাত কুকুৰৰ

জীৱন ণালীৰ লগত এই চাম মানুহৰ জীৱন ধাৰণৰ মানৰ িমল আেছ। ধনীক ণীেয়
পলাই িদয়া খাদ ব এওঁ েলাকৰ বােব হ পেৰ ভাকৰ স ল। অনবৰেত ভাকৰ য ণাই

এওঁ েলাকৰ জীৱনত শৰীৰৰ ছাঁৰ দেৰ লািগ থােক।

ু ধাৰ বােব ম কিৰবলগীয়া হাৱাত জীৱনৰ েয়াজনীয় সত , অিহংসাৰ

কথা পাহিৰ গ িহংসা য়ী জীৱন কটাবলগীয়া হয়। এই চাম মানুহৰ জীৱনত জীয়াই থকাৰ
কাৰণ িবচািৰৈল গʼ ল নানান ৰ স ু খীন হʼবলগীয়া হয়। এহােত আন ময় জীৱন

কেটাৱাৰ বােব েয়াজনীয় আিহলাৰ অভাৱ আ আনহােত জীয়াই থািকবৰ বােব লাগিতয়াল

উপাদানৰ নামেতা এওঁ েলােক পায় মহামাৰীৰ বীজ। উপায় ৰ হ এওঁ েলােক ধনীক ণীৰ

দাস ীকাৰ কিৰবলগীয়া হয়। ৰািত ধনীক ণীৰ ধনৰ ৰখীয়া, িদনত িক তওঁ েলাকৰ
উপহাসৰ পা ।

এচাম মানুহ আেছ িয চাম উ বংশৰ বা সহজ ভাষাত ধনীক

ণীৰ।এওঁ েলাকৰ জীৱন িবলাসী জীৱন। খাদ ৰ অভাৱ এওঁ েলাকৰ নাই। তেনদেৰ উ বংশ

জাত কুকুৰ ণীেটােৱও ঘৰৰ মািলকৰ পৰা খাদ আ আন আন ত সকেলা সুিবধা
লাভ কেৰ। এই চাম মানুেহ িয আৰামদায়ক, িবলাসীপূণ সভ তাৰ অংশীদাৰ হেছ তাৰ

িৰেত আেছ িন ে ণীৰ মজীৱী মানুহক কৰা শাষণ, িনে ষণ। িন বা শািষত ণীৰ

সুিবধা কািঢ় আিন এই চােম িবলাসী সভ তাৰ সৃ কিৰেছ আ অনু েম সমাজত দুখীয়া

ণীেটাৰ ু ধাৰ ববৰতাৰ জ িদেছ।

Page 10

তীকধম এই কিবতােটাত কিবেয় কাশ কৰা মূল সত েটা হʼল জীৱন ধাৰণৰ

পাথক থািকেলও দুেয়া ণীৰ নােমই ‘কুকুৰʼ।

গ) উভিত নহাৰ কিবতােটাৰ মােজেৰ পৃিথৱীৰ িত কিবৰ ভালেপাৱা িকদেৰ কাশ পাইেছ
আেলাচনা কৰা।

উ ৰ: আধুিনক অসমীয়া কিবতাৰ এগৰাকী শ শালী কিব নৱকা ব ৱােদৱৰ
‘উভিত নহাৰ কিবতাʼ এ ট দাশিনক ভাৱাপ কিবতা । কিবতা টৰ মােজিদ কিবেয় মানুহৰ

জ মৃত ৰ িচৰ ন সত ৰ িবষেয় কাশ কিৰেছ ।

কৃিতৰ িচৰাচিৰত িনয়ম অনুসিৰ কিবেয় এই পৃিথৱীত এবােৰই জ হণ কিৰেছ

। এই পৃিথৱীৰ পৰা এবাৰ িছ গʼ ল পুনৰ উভিত নােহ আ আিহব নাৱােৰ । অকল
কিবেয়ই নহয়, কােনা লােকই এই পৃিথৱীৈল উভিত নােহ । কিবেয় এই পৃিথৱীখনক াণভিৰ

ভালপায় । এই কথা জীৱনত ব বাৰ কʼ ল আ ব ভােবেৰ বুজােল । িক সেয় হʼ লও

পৃিথৱীখনৈল পুনৰ তওঁ উভিত নােহ ।

য ণােকা আেকাৱািল ল জীয়াই থকাʼ টা কিবেয় এটা ধমালী বুিল কেছ । এই
ধমালী কিবেয় এবােৰই খিলেল । মৃত ৰ িপছত খল খিলব কােনা উভিত নােহ । কিবৰ

িবদায়ৰ লেগ লেগ পৃিথৱীৈল নতন ধ ান–ধাৰণাৰ কাশ ঘ টব আ তাত কিবৰ এেকা িচন

নাথািকব । নতন জ ই হʼব পৃিথৱীৰ নতন মানুহ আ সই িদনেবােৰা হʼব নতন িদন ।
জীয়াই থকা কালত কিবেয় বুটলা বকুলজুিপৰ ফুল, এিতয়া কিবেয় নহয় অইন কােনাবাই

বুটিলব । কিব উভিত নােহ আ আিহব নাৱােৰ । হৰাই যাৱাৰ দুখত কিবেয় যন অকেলই
হােহঁ । তওঁ পৃিথৱীখনক ভালপায় এই কথা শষবাৰ ীকাৰ কিৰেছ, তথািপ তওঁ মৰমৰ

পৃিথৱীখনৈল উভিত আিহব নাৱােৰ ।

৫। (ক) ৰ উ ৰৰ আধাৰত (খ) আ (গ) ৰ উ ৰ িলিখব।

ক) নাটক কাক বােল? নাটকৰ িযেকােনা এটা উপাদানৰ িবষেয় চমুৈক িলখা।

উ ৰঃ নাটক এিবধ কলা । ইয়াৰ সং া িদয়া সহজ নহয় । সহজ ভাষাত
নাটকৰ সং া এেনদেৰ িদব পািৰ নাটক হʼল যেন এিবধ কলা যত মানৱ জীৱন শি ক

অিভব অিভনয়ৰ জিৰয়েত পািয়ত কৰা হয় ।

Page 11

নাটক এখনৰ পূণাংগ প পাৱাৰ ত অথাৎ গঠন হাৱাৰ ত

কইটামান িবিশ পাদান অপিৰহায । এই উপাদানসমূহহʼল – কািহনী , চিৰ , সংলাপ ,

পিৰেৱশ সৃ , নাট কাৰৰ জীৱন দশন ।

আখ ান বা কািহনী :- কািহনী বা আখ ান নাটকৰ থম আ েয়াজনীয়

উপাদান । কািহনী বুিলেলই তাত এটা গ ৰ কথা আিহ পেৰ।গিতেক নাটক হʼল কায ৰ

মােজেৰ পািয়ত কৰা গ মা । নাটকৰ কািহনী ৰচনাত সংযম অপিৰহায । নাট কােৰ

সীমাৱ পিৰসৰত সংযম ৰ া কিৰ আকষণীয় কািহনী ৰচনা কৰাৰ বােব দ তাৰ েয়াজন
। নাটকৰ কািহনীৰ মূল াণ হʼল সংঘাত । সংঘােতই নাট কািহনীৰ পাতিন মেল আ

সংঘাতৰ সামৰিণত নাট কািহনীেৰা পিৰসমাি ঘেট । নাটকীয় কািহনীৰ মিবকাশক পাঁচটা

ভাগ বা ৰত ভাগ কৰা হয় ৷ সইেবাৰ হʼল — মুখ , িতমুখ , গভ বা শীষ , অবমশ বা

ি েমাচন , িনবহন বা উপসংহাৰ । নাট কােৰ কািহনী উপ াপনৰ ত কতেবাৰ কলা –
কৗশলৰ আ য় লয় এইেবাৰ হʼল , সুষম , িবষম , নাটকীয় পিৰহাস , উপকািহনীৰ সংেযাগ

, প াৎ অৱেলাকন প িত ইত ািদ । এইেবাৰ কলা কৗশলৰ েয়ােগ নাট কািহনীক

আকষণীয় আ গিতশীলতা দান কেৰ ৷ নাট কািহনীৰ ত পূণাংগতা এ ট পূণ

িবষয় ।

৬। ক) পচলা খ) চকু চৰহা গ) জলজ ঘ) গাহািল

ঙ) ভড়াল চ) দামাহী

৭। তলৰ ে া ৰৰ নমুনােৰ (খ) আ (গ) ৰ উ ৰ িলিখব।

ক) হিৰণাৰ মাংসই বৰী ।

হিৰণ হেছ এিবধ বনৰীয়া িক অিত িনজু আ সু ৰ াণী। ই মানুহৰ

এেকা িত নকেৰ। ইয়াৰ মঙহ অিত সাৱাদযু । ইয়াক সহেজ িচকাৰ কিৰবও নাৱািৰ।
কাৰণ ই অিত বগাই দৗিৰব পােৰ। িক ইয়াৰ মঙহ সাৱাদযু হাৱা বােব মানুেহ নানান

কৗশল অৱল ন কিৰ ইয়াক িচকাৰ কেৰ। মানুেহ ইয়াক িচকাৰ কৰাৰ সময়ত হিৰণাই িক

নুবুেজ য িকহৰ বােবেনা মানুেহ তাক আ মণ কেৰ।

Page 12

সইদেৰ সমাজত এেন িকছমান ব থােক িযসকল ভাল বুিল নাম যশ

আেছ। এেন ভাল মানুহৰ শ থািকব পােৰ বুিল ভািববৈল আিম টান পাওঁ । তথািপ আিম

দখা পাওঁ এেনকুৱা ভাল মানুহৰ িকবা ণৰ িত ঈষাপৰায়ণ হ ব েত শ তা কেৰ ।
উদাহৰণ েপ জািতৰ িপতা মহামানৱ মহা া গা ী সকেলােৰ বােব আদশ ব অথচ

তেখেতা আততায়ীৰ হাতত মৃত বৰণ কিৰব লগা হিছল।

৮।

খাই পাত ফলা (অকৃত ) : খাই পাত ফলা মানুহক সহায় কৰা উিচত নহয়।

হাত লৰ ( চাৰ ভাৱৰ): হাতলৰ মানুহক িব াস কৰা অনুিচত।

আ কােণ প কােণ ( ইকাণ িসকাণৈক) আ কােণ প কােণ ণা কথাত িব াস কৰা উিচত
নহয়।

বাপিত সােহান: ( পতৃ ক স িত) িব অসমীয়া জািতৰ বাপিত সােহান প।

ডলাৰ বগৰী ( িথতািপ নােহাৱা) : ডলাৰ বগৰী হ ঘুিৰ ফুিৰেল জীৱনত উ িত কিৰব নাৱািৰ।

ধাদৰ পচলা (এেল ৱা): ধাদৰ পচলা ভাৱৰ মানুেহ জীৱনত উ িত কিৰব নাৱােৰ।

৯। সহজ সৰল আ ভাষােৰ সু ৰ গদ ৈশলীেৰ তথ সহকােৰ ৰচনাসমূহ ত কিৰব।

___________________________

Page 13

Assamese (MIL)
Class: XII
Full Marks: 80

Very Short Short Answer Descriptive Total
Answer questions questions Marks
questions/MCQ (3 Marks each) (5/6/7/10 Marks
(1 Mark each) each)
Prose 6x1=6 4X3=12 1X7=7 25

Poetry 4X1=4 3X3=9 1X7=7 20

Drama 1X1=1 1X3=3 1X6=6 10

Grammar 5X1=5 ------- 1X5=5 10

Composition ----- ------- 1X5=5 05

Essay ----- -------- 1X10=10 10

Total: 80

Page 14

AglaSem Earn While You Learn Program!

Share your recent question papers with us and get paid!
अपने हाल के न प हम भेज और कमाएँ!

To participate, email us with the following details:
भाग लेने के लए हम न न ववरण के साथ ईमेल कर:

- Your Name
- Your Class
- Your Board
- Details of the Question Papers you have
आपके पास उपल ध न प का ववरण

Our team will reach out to you with the next steps.
हमार ट म आगे क या के लए आपसे संपक करे गी।

Email: support@

Page 15

Study Materials
Notes

Model Papers Class 6 Notes

Sample Papers Class 7 Notes
Half Yearly Sample Papers Class 8 Notes

Class 9 Notes
Important Resources
Class 10 Notes
Periodic Table
Class 11 Notes
Writing Skills / Formats

Maps of India / World Class 12 Notes

Books and Solutions

NCERT Books
NCERT Book Solutions
HC Verma Chapter Wise Solutions
RD Sharma Solutions
CGBSE Solutions

Document Details

Board / OrgMeghalaya Board
ExamClass 12
TypeSample Paper
Pages15
Updated24 Sep 2026